Wednesday, May 18, 2022
HomeNewsৰাষ্ট্ৰীয় ছেপাকটাক্ৰত অসমৰ ব্ৰঞ্জৰ পদক

ৰাষ্ট্ৰীয় ছেপাকটাক্ৰত অসমৰ ব্ৰঞ্জৰ পদক

অলিম্পিয়া প্ৰতিবেদন

ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ছেপাকটাক্ৰ চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দলে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে । ৰাজস্থানৰ জয়পুৰত যোৱা ২৭-৩১ মাৰ্চত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । অসমৰ ছোৱালী দলটোৱে ৰেগু ইভেণ্টত এই পদক লাভ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments