অলিম্পিয়া প্ৰতিবেদন
ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ছেপাকটাক্ৰ চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দলে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে । ৰাজস্থানৰ জয়পুৰত যোৱা ২৭-৩১ মাৰ্চত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । অসমৰ ছোৱালী দলটোৱে ৰেগু ইভেণ্টত এই পদক লাভ কৰে ।