Sunday, October 2, 2022
HomeNewsমুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ অসম ক্ৰীড়া সাংবাদিক সন্থাৰ ধন

মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ অসম ক্ৰীড়া সাংবাদিক সন্থাৰ ধন

কৰ’না প্ৰতিৰোধৰ সংগ্ৰামত অসম চৰকাৰে গ্ৰহণ কৰা কার্যব্যৱস্থাক প্ৰশংসা কৰি অসম ক্ৰীড়া সাংবাদিক সন্থাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ২৫ হেজাৰ টকাৰ বৰঙণি আগবঢ়ায়। বুধবাৰে সন্থাৰ সভাপতি সুবোধমল্ল বৰুৱা আৰু সম্পাদক ইমতিয়াজ আহমেদে মুখ্যমন্ত্ৰীৰ বাসভৱনত ছাত্ৰ যুৱ উপদেষ্টা পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত এই ধনৰাশি প্ৰদান কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments