Friday, September 30, 2022
HomeNewsক্ৰীড়া সংগঠকৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ শোক

ক্ৰীড়া সংগঠকৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ শোক

ক’ৰণা ভাইৰাছে প্ৰাণ ল’লে ৰাজ্যৰ আন এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠকৰ।মহামাৰী ক’ৰণাৰ সৈতে যুজঁ দি আজি অৱশেষত হাৰ মানি এই পৃথিৱীৰ পৰা বিদায় ল’লে ক্ৰীড়া সংগঠক তথা ফুটবল আৰু ভলীবলৰ ৰাজ্যিক পয্যায়ৰ ৰেফাৰী নগেন বৰায়। আজি তেওঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শেষ নিস্বাস ত্যাগ কৰে। বৰা জন্ম লগ্নৰে পৰাই বোকাখাত ক্ৰীড়া সন্থাৰ সৈতে জড়িত আছিল।অৱসৰপ্ৰাপ্ত এইগৰাকী শিক্ষক সামাজিক কাম কাজৰ সৈতেও ওতঃপ্ৰোতভাবে জড়িত আছিল।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ।পত্নী আৰু পুত্ৰক তেওঁ এই সংসাৰত এৰি থৈ গৈছে। বৰাৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেবজিৎ শইকীয়াই গভীৰ শোক ব্যক্ত কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments