Tuesday, October 4, 2022
HomeNewsয়ুথ নেচনেল ভলীবললৈ অসম দল ঘোষণা

য়ুথ নেচনেল ভলীবললৈ অসম দল ঘোষণা

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অহা ১১ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত অনুষ্ঠিত হ’বলগীয়া য়ুথ নেচনেল ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অসম ভলীবল সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰকাশ বৰাই অসমৰ ল’ৰা-ছোৱালী দল দুয়োটা ঘোষণা কৰে । ঘোষণা অনুসৰি দল দুয়োটাৰ খেলুৱৈসকল হ’ল ল’ৰাৰ–দীপাংঙ্কৰ বৰ্মন (বৰপেটা), বিশেষ পুনিয়া (ৰঙিয়া), মৃত্যুঞ্জয় মহন্ত (তেজপুৰ), নৱজ্যোতি বিশ্বাস (তেজপুৰ), অজিত বড়ো (বৰপেটা), সঞ্জয় বড়ো (দক্ষিণ কামৰূপ), আকাশদ্বীপ দাস (যোৰহাট), মৃদুপৱন নাথ (তেজপুৰ), নৱজ্যোতি
দাস (ৰঙিয়া), মানস প্ৰতীম হালৈ (দক্ষিণ কামৰূপ), শ্বাহনৱাজ লস্কৰ (হাইলাকান্দি), অদিত্য চৌধুৰী (গুৱাহাটী) । ছোৱালী দলত–
জবিন আখটাৰ (বৰপেটা), পূজা গগৈ (বঙাইগাওঁ), কৰীণা দাস (নলবাৰী), বীণা গগৈ (ধেমাজি),গৌৰী চাংমাই (ধেমাজি), হাদিনা বড়ো (গুৱাহাটী), বাবলী বড়া (গোলাঘাট), শিখা গগৈ (গুৱাহাটী), মিনাক্ষী বন্দ্ৰা (ধেমাজি), ডলী বেগম (শিৱসাগৰ), ৰঞ্জুমনি দাস (বৰপেটা) আৰু ৰুমী কলিতা (নলবাৰী) ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments