Friday, September 30, 2022
HomeNewsচতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত তেজপুৰ, ইণ্ডিয়া ক্লাবৰ জয়লাভ

চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত তেজপুৰ, ইণ্ডিয়া ক্লাবৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

আমিনগাঁও ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপৰ ফাইনেল ৰাউণ্ডৰ বৃহস্পতিবাৰৰ প্ৰথম মেচত তেজপুৰৰ বি ডি এন টি চি চি চি দলে তিনিচুকীয়া টাউন ক্লাবৰ বিৰুদ্ধে ৭ ৰাণত জয়লাভ কৰে । তেজপুৰৰ দলটোৱে দীপ্টেশ সাহাৰ ৩৬ আৰু অনুৰাগ তালুকদাৰৰ ৩১ ৰাণৰ সহায়ত ৭ উইকেটত কৰে ১৩৬ ৰাণ । বিপক্ষৰ অভিলাস গগৈয়ে ৩ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত তিনচুকীয়া টাউন ক্লাবে আয়ুস আগৰৱালৰ ৪৪ ৰাণ সত্ত্বেও ৭ উইকেটত ১২৯ ৰাণ কৰি পৰাস্ত হয় । বিজয়ী দলৰ ৰবি চেত্ৰীয়ে ৪ টা উইকেট দখল কৰে । দ্বিতীয় মেচত শিলচৰৰ ইণ্ডিয়া ক্লাবে টেঙাপাৰা ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ কৰে । ইণ্ডিয়া ক্লাবে পাৰভেজ মুছাৰফৰ ৩৯ ৰাণৰ সহায়ত ৭ উইকেটত কৰে ১২০ ৰাণ । বিপক্ষৰ মইনাই ৪ টা উইকেট লাভ কৰে । প্ৰত্যুত্তৰত টেঙাপাৰাই মনছুৰ আলীৰ অপৰাজিত ৪৮ ৰাণ সত্ত্বেও ৭ উইকেটত ১২১ ৰাণহে কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments