হিমাৰ উত্তৰসুৰী!! ৰাষ্ট্ৰীয় এথলেটিকছত অসমৰ অম্লানৰ স্বৰ্ণ জয়

অলিম্পিয়া প্রতিবেদন

★ অসমে যেন সন্ধান লাভ কৰিছে হিমা দাসৰ উত্তৰসুৰী। অসমৰ এথলেটিকছ ক্ষেত্ৰত নৱতম তাৰকাত পৰিণত হৈছে অসমৰ অম্লান বৰগোঁহাই।

★ৰাষ্ট্ৰীয় এথলেটিকছত অসমৰ অম্লান বৰগোঁহাইয়ে জয় কৰিলে স্বৰ্ণ।
★ তেলেংগাণাত অনুষ্ঠিত হৈ থকা ৬০তম ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত ২০০ মিটাৰ দৌৰত ২০.৭৫ ছেকেণ্ডৰে ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ অম্লানে সোণৰ পদক লাভ কৰিছে।
★ ইয়াৰ আগতে ১০০ মিটাৰ দৌৰতো ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল অম্লানে

Leave a Reply

Your email address will not be published. Required fields are marked *