Sunday, October 2, 2022
HomeNewsচিৰাঙত ২৫-২৭ ফ্ৰেব্ৰুৱাৰীত অবিভক্ত গোৱালপাৰা জিলা ভিত্তিত মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা

চিৰাঙত ২৫-২৭ ফ্ৰেব্ৰুৱাৰীত অবিভক্ত গোৱালপাৰা জিলা ভিত্তিত মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন, বঙাইগাওঁ

চিৰাং জিলা মাষ্টাৰ্ছ এথলেটিক সন্থাৰ উদ্যোগত অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা চিৰাঙত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব প্ৰথম অবিভক্ত গোৱালপাৰা জিলা ভিত্তিত মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা । জিলা সদৰ কাজলগাঁৱৰ চৌৰাংনী আলাৰী প্ৰেমসিং ব্ৰহ্ম ক্ৰীড়া প্ৰাঙ্গণত ২৭ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া প্ৰতিযোগিতাত ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ, ৮০০ মিটাৰ,১৫০০ মিটাৰ আৰু ৫০০০ মিটাৰ দৌৰৰ উপৰি লং জাম্প, হাই জাম্প, ট্ৰিপল জাম্প, শ্বট পুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’ , ৫০০০ মিটাৰ খোজ কঢ়া আদি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাত এই পৰ্যন্ত বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰৰ ২০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ নিশ্চিত কৰা বুলি উদ্যোক্তা সমিতিৰ আহ্বায়ক চন্দ্ৰকান্ত ব্ৰহ্ম নাৰ্জাৰীয়ে জানিবলৈ দিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments