Wednesday, July 6, 2022
HomeNewsতেজপুৰত আজিৰ পৰা এথলেটিকছ প্ৰতিযোগিতা

তেজপুৰত আজিৰ পৰা এথলেটিকছ প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

কৰ’নাকালীন পৰিস্থিতি কিছু সাম কটাৰ লগে লগেই এতিয়া অসমৰ ভিন্ন প্ৰান্তত ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’বলৈ লৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা নিতৌ ক্ৰীড়া প্ৰতিযোগিতাৰ খবৰে ৰাজ্যৰ ক্ৰীড়া পৰিৱেশ পুনৰ জীপাল হৈ উঠাৰেই প্ৰমাণ দিয়ে।

ক্ৰীড়াৰ সেই উৎসাহজনক ছবিখনকে প্ৰতিফলিত কৰি আজিৰ পৰা তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব আন্তঃক্লাব এথলেটিকছ প্ৰতিযোগিতাসমূহ। ১৪,১৬,১৮, আৰু ২০ বৰ্ষৰ অনুর্ধ শাখাত এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। ইয়াৰ পৰাই আন্তঃজিলা প্ৰতিযোগিতাৰ বাবে শোণিতপুৰ জিলা দলটো ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিছে শোণিতপুৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক মৃদুল শৰ্মাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments