Friday, September 30, 2022
HomeNewsসৰুসজাইত আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা :কামৰূপ জিলা এথলেটিকছ দল ঘোষণা

সৰুসজাইত আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা :কামৰূপ জিলা এথলেটিকছ দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন

চলিত বৰ্ষৰ অহা ৮-১১ মাৰ্চত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা । প্ৰতিযোগিতাৰ ইভেন্টসমূহত অংশগ্ৰহণৰ বাবে কামৰূপ জিলা এথলেটিকছ দলৰ ৫১ জনীয়া খেলুৱৈৰ তালিকা ঘোষণা কৰা হৈছে । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকল ক্ৰমে লৰা–গৌতম ডেকা, ধ্ৰুৱজ্যোতি কলিতা, কমল আলী, লোকমান আলী, চিন্ময় বৰ্মন, জিৎ কলিতা, জিতুমণি দাস ভাৰ্গৱ বড়ো, বিশ্বজিত দাস, মন্টু ডেকা, নিহাৰজ্যোতি বৰুৱা, নৱ হাজৰিকা, লক্ষী কলিতা, হীৰকজ্যোতি কলিতা, প্ৰনৱ বৰ্মন, দিব্যজ্যোতি কলিতা, জুমন কলিতা, জিষ্ণুজ্যোতি নাথ, নিলোদয় কলিতা, ধিমাংগ কলিতা, প্ৰশান্ত দাস, দ্বীপ দাস, হীৰক ৰাজবংশী, মিন্টু বৰা, বিকাশ বড়ো, বিকি কুমাৰ, দিৱস কলিতা, আমিনুল ইছলাম, মানস প্ৰতিম ৰাভা, বিকাশ কলিতা আৰু কৌশিক ডেকা
আনহাতে ছোৱালী–সুষ্মিতা বড়ো, হিমা তাঁতী, ফাৰিদা খাতুন, পিংকী কুমাৰী, মধুমিতা বৈশ্য, প্ৰিয়ংকা বড়ো, জিজ্ঞাসা দাস, মৌচুমী বড়ো, অনুপ্ৰিয়া দাস, ধৃতিমা উজীৰ, ডিম্পী মেধি, চয়নিকা কলিতা, তৰালি দাস,
নিপা তালুকদাৰ, হিমাশ্ৰী ৰাভা, কংকনা নন্দী ৰয়, মিনাক্ষী দাস আৰু ধৃতি দাস । দলটোৰ প্ৰশিক্ষক– পৰাগজ্যোতি বৈশ্য আৰু মেনেজাৰদ্বয় গীতুমণি দাস আৰু ৰূপক বৈশ্য ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments