Tuesday, October 4, 2022
HomeNewsঅষ্ট্ৰেলিয়াৰ এইজন খেলুৱৈ হ'লগৈ কৰোনা পজিটিভ

অষ্ট্ৰেলিয়াৰ এইজন খেলুৱৈ হ’লগৈ কৰোনা পজিটিভ

অলিম্পিয়া বাৰ্তা

অষ্ট্ৰেলিয়াৰ ফুটবল দলৰ গ’লৰক্ষক মিচ্ছেল লেংগাৰেক আক্ৰান্ত হৈছে কৰোনাত। জাপানীজ ক্লাব নাগ’য়া গ্ৰেম্পাছে এই কথা ঘোষণা কৰিছে। মিচ্ছেল লেংগাৰেক কৰোনাত আক্ৰান্ত হোৱা ক্লাবটোৰ দ্বিতীয়জন খেলুৱৈ। কৰোনাত আক্ৰান্ত খেলুৱৈ গৰাকী বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

” আমি তেওঁৰ সম্পৰ্কলৈ অহা অন্যান্য লোকসকলৰ চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। ক্লাবটোৰ শীৰ্ষ খেলুৱৈ তথা কৰ্মকতাসকলৰো পৰীক্ষা শীঘ্ৰেই সম্পন্ন কৰা হব। ” ক্লাবে আগবঢ়োৱা এক বিবৃতিত এইদৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে জাপানত বৃত্তিগত ফুটবল টুৰ্ণামেণ্টসমূহ জুলাইৰ পৰা আৰম্ভ হ’ব। জাপানৰ বিখ্যাত লীগ জে১ আৰম্ভ হ’ব জুলাইৰ ৪ তাৰিখৰ পৰা। খেলসমূহ দৰ্শকবিহীনভাৱে বন্ধ দুৱাৰৰ মাজত অনুষ্ঠিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments