Thursday, May 19, 2022
HomeNewsজগত চন্দ্ৰ দাস সোঁৱৰণী টি-২০ ক্ৰিকেটত বাড ক্ৰিকেট ক্লাব চেম্পিয়ন

জগত চন্দ্ৰ দাস সোঁৱৰণী টি-২০ ক্ৰিকেটত বাড ক্ৰিকেট ক্লাব চেম্পিয়ন

https://olympiasports.in/

[3:47 PM, 3/16/2020] তুষাৰ: জগত চন্দ্ৰ দাস সোঁৱৰণী টি-২০ চেলেঞ্জ ট্ৰফীত বাড ক্ৰিকেট ক্লাবে চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে। মঙলদৈ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত বাড ক্ৰিকেট ক্লাবে গুৱাহাটীৰ চিটী ক্ৰিকেট ক্লাবক চাৰি উইকেটত পৰাস্ত কৰি এই খিতাপ দখল কৰিছে।

কালিৰ চূড়ান্ত খেলখনত প্ৰথমে বেটিং কৰি গুৱাহাটীৰ চিটি ক্লাবে বাড ক্ৰিকেট ক্লাবক ১১৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত বাড ক্ৰিকেট ক্লাবে ১৬.৫ অভাৰত ছয় উইকেট হেৰুৱাই এই লক্ষ্যত উপনীত হবলৈ সক্ষম হয়।

চূড়ান্ত খেলখনৰ বিজয়ী দল বাড ক্ৰিকেট ক্লাবৰ ছাদেক ইমৰানে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাৰ লগতে বিনায়ক শুক্লাই মেন অৱ দ্যা ছিৰিজ আৰু আমজাদ আলীয়ে শ্ৰেষ্ঠ বেটছমেনৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে চিটী ক্লাবৰ ৰাজেশ প্ৰসাদ শ্ৰেষ্ঠ বলাৰ বিবেচিত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments