Thursday, September 29, 2022
HomeNewsভাৰতীয় দলৰ বাবে এটা বেয়া খবৰ!

ভাৰতীয় দলৰ বাবে এটা বেয়া খবৰ!

অলিম্পিয়া প্রতিবেদন

ভাৰতীয় ক্ৰিকেট দল তথা আই পি এল ফ্ৰেনচাইজ দিল্লী কেপিটেলছৰ বাবে এক দুঃখবৰ। এগৰাকী ক্ৰিকেটাৰৰ আঘাতে ভাৰতীয় ক্ৰিকেট শিবিৰৰ লগতে দিল্লী কেপিটেলছ শিবিৰলৈয়ো আনিছে এই বেয়া খবৰ। চলিত ইংলেণ্ড ভাৰতৰ এদিনীয়া চিৰিজৰ প্ৰথমখন মেচত আঘাতপ্ৰাপ্ত হোৱা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰে বাকী থকা দুখন মেচত অংশ ল’ব নোৱাৰিব। লগতে তেওঁৰ আঘাতৰ গভীৰতালৈ চাই আগন্তুক আই পি এলতো অংশ লোৱাৰ পৰা বঞ্চিত হোৱাৰ সন্দেহ কৰা হৈছে।

সেয়াই যদি সঁচা হয়, তেন্তে দিল্লী কেপিটেলছৰ বাবে নিশ্চয়কৈ ই এক গভীৰ চিন্তাৰ বিষয়। দলটোৰ অধিনায়ক হিচাবে দায়িত্ব পালন কৰা শ্ৰেয়াছৰ অনুপস্থিতিত দলটোৰ নেতৃত্ব কোনে ল’ব তাক লৈয়ো এতিয়া দিল্লীয়ে নতুন পৰিকল্পনা গ্ৰহণ কৰিব লাগিব। উল্লেখযোগ্য যে, ভাৰত ইংলেণ্ডৰ মাজৰ প্ৰথমখন এদিনীয়াৰ ইংলেণ্ডৰ ইনিংছত এটা বাউণ্ডেৰী বচাবলৈ যাওঁতে আঘাতপ্ৰাপ্ত হৈছিল শ্ৰেয়াছ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments