Tuesday, July 5, 2022
HomeNewsঅসম বাস্কেট বল দল ঘোষণা

অসম বাস্কেট বল দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন

শ্বিলঙত অহা ১৬ – ১৯ ডিচেম্বৰত হব লগীয়া উত্তৰ পূব মণ্ডল বাস্কেটবল চেম্পিয়নশ্বিপৰ বাবে অসমৰ ছিনিয়ৰ পূৰুষ- মহিলা দল দুটা ঘোষণা কৰিছে অসম অলিম্পিক সন্থাই । খেলুৱৈসকল হল পুৰুষ – বিৰেন্দৰ সিং , ৰোহিত বাছফৰ , অজয় প্ৰতাপ সিং , সুমিত কুমাৰ , অজয় টি , পি ষ্টেইলিন , নৰেন্দৰ কুমাৰ ( কেওগৰাকী এন এফ ৰেলৱেৰ ) , পাপু কুমাৰ মাহাতো , প্ৰকাশ শৰ্মা, নবীন কুমাৰ গৌৰ ( কেওগৰাকী অসম অলিম্পিক সন্থাৰ) , আৰবাজ আলী শ্বাহ , সুধীৰ বাৰ্মা ( দুয়ো জি এছ এৰ) , ষ্টেণ্ড বাই পিযুষ কুমাৰ সিং , শিৱ কুমাৰ দিক্ষিত ( দুয়ো কামৰূপ গ্ৰাম্যৰ ) সীমান্ত দাস (অসম অলিম্পিক সন্থাৰ)

মহিলা দল – সাগৰিকা ৰথী মহাপাত্ৰ , শিল্পী গেহলত , গিথা আৰ , ফেষ্টি পি যচ , জোনালী দত্ত , অন্নত জৰ্জ , ৰীনা পেটেল ( সকলো এন এফ ৰেলৱেৰ) গীতা চাহানী , কে ডিম্পল , পুস্পাঞ্জলী ( সকলো অসম অলিম্পিক সন্থাৰ) , লক্ষ্মী কছাৰী , প্ৰিয়ংকা নাৰ্জাৰী ( দুয়ো জি এছ এৰ) ষ্টেণ্ড বাই– এম ৰামায়া ( অসম অলিম্পিক সন্থাৰ ) ঈশা কুমাৰী গুপ্তা ( গোলাঘাটৰ ) আৰু নিৰ্মলা তেৰংপি ( কাৰ্বি আংলংৰ ) ।
এই কথা জনালেে অসম অলিম্পিক সন্থাৰ বাস্কেটবল পুনৰুত্থান মুখ্য কমিটীৰ সমন্বয়ক অনুপ কুমাৰ চৌধুৰীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments