Monday, October 3, 2022
HomeNewsবায়াৰ্ণ মিউনিখৰ সহকাৰী প্ৰশিক্ষকৰ পদত মিৰশ্লাভ ক্ল'জ

বায়াৰ্ণ মিউনিখৰ সহকাৰী প্ৰশিক্ষকৰ পদত মিৰশ্লাভ ক্ল’জ

অলিম্পিয়া বাৰ্তা

বায়াৰ্ণ মিউনিখে বৃহস্পতিবাৰে জাৰ্মানীৰ প্ৰাক্তন ষ্ট্ৰাইকাৰ মিৰশ্লাভ ক্ল’জক সহকাৰী প্ৰশিক্ষক হিচাবে নিযুক্তি দিয়ে। ক্ল’জে দলটোৰ মেনেজাৰ হাঞ্চি ফ্লিকৰ সহকাৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিব। ক্লজৰ কাৰ্যকাল ২০২০ ৰ ১ জুলাইৰ পৰা আৰম্ভ হ’ব। তেওঁৰ কাৰ্যকাল ২০২৩ ৰ জুন ৩০ লৈ বৰ্তি থাকিব।


বায়াৰ্ণ মিউনিখৰ চি ই অ’ কাৰ্ল হেইনজে ক্ল’জক জাৰ্মানীৰ আটাইতকৈ সফল ষ্ট্ৰাইকাৰ বুলি উল্লেখ কৰি কয় যে এই চুক্তিখনক লৈ তেওঁলোক যথেষ্ট সুখী।

ক্ল’জেও দলটোৰ সৈতে জড়িত হ’বলৈ পাই নিজকে সুখী বুলি উল্লেখ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments