Tuesday, October 4, 2022
HomeNewsক'ৰনাৰ বিৰুদ্ধে যুজঁ : বি চি চি আইয়ে দিলে ৫১ কোটি, গাংগুলীয়ে...

ক’ৰনাৰ বিৰুদ্ধে যুজঁ : বি চি চি আইয়ে দিলে ৫১ কোটি, গাংগুলীয়ে দিলে ৫০ লাখ

olympiasports.in

ক’ৰনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য নিধিলৈ ৫১ কোটি টকাৰ সাহাৰ্য আগবঢ়াইছে। এই কথা বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে টুইটাৰৰ জৰিয়তে জানিবলৈ দিছে।


আনহাতে সৌৰভ গাংগুলীয়ে নিজে ব্যক্তিগতভাৱে ইয়াৰ পূৰ্বে ৫০ লাখ টকাৰ চাউল কোৱাৰেণ্টাইন হৈ থকা দৰিদ্ৰ পৰিয়ালৰ সুবিধা হোৱাকৈ আগবঢ়াইছিল।


উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আই পৃথিৱীৰ সকলো ক্ৰিকেট ব’ৰ্ডটকৈ ধনী ক্ৰিকেট ব’ৰ্ড হিচাপে পৰিচিত। দেশৰ এনে এক জটিল সন্ধিক্ষণত বি চি চি আইৰ এই অনুদানে নিশ্চয়ৈ সামান্য পৰিমাণে সলেও সকাহ দিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments