Monday, October 3, 2022
HomeNewsৰেচ ৱাকাৰ ভাৱনা জাটৰ অলিম্পিকলৈ যোগ্যতা অৰ্জন

ৰেচ ৱাকাৰ ভাৱনা জাটৰ অলিম্পিকলৈ যোগ্যতা অৰ্জন

ভাৰতীয় ৰেচ ৱাকাৰ ভাৱনা জাটে ২০ কিলোমিটাৰ ৰেচ ৱাকত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। ২৪ বৰ্ষীয় ৰাজস্থানৰ ৰেচ ৱাকাৰ গৰাকীয়ে ৰাষ্ট্ৰীয় ৰেচ ৱাক চেম্পিয়নশ্বিপত চম্পিয়নৰ খিতাপ দখল কৰাৰ উপৰিও অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে।

টকিঅ’ অলিম্পিকৰ ২০ কিলোমিটাৰ ৰেচ ৱাকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ প্ৰয়োজনীয় সময় সীমা নিৰ্ধাৰণ কৰা আছিল ১ ঘণ্টা ৩১ মিনিট। ভাৰতৰ ভাৱনা জাটে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ১ ঘণ্টা ২৯ মিনিট ৫৪ ছেকেণ্ডতে চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ সুৱাদত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments