Thursday, August 11, 2022
HomeNewsদেহশ্ৰী প্ৰতিযোগিতাৰ বাচনি শিবিৰ

দেহশ্ৰী প্ৰতিযোগিতাৰ বাচনি শিবিৰ

✍️ মৃদুল শৰ্মা

২৪-২৬ ডিচেম্বৰলৈ ধুবুৰীত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম দেহশ্ৰী প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে গোলাঘাট জিলা দল গঠনৰ উদ্দেশ্যে গোলাঘাটৰ বিগ ব্ৰাডাৰ্চ জিমত ৫ ডিচেম্বৰৰ দিনৰ ২ বজাৰ পৰা এটা বাচনি শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি গোলাঘাট জিলা ফিজিকেল কেয়াৰ এচ’চিয়েচনৰ সভাপতি বিবেকানন্দ হাজৰিকাই জনাইছে৷ উক্ত দিনা নিধাৰ্ৰিত সময়ত শিবিৰটোত এছ’চিয়েচনৰ স্বীকৃতিপ্ৰাপ্ত ক্লাৱসমূহৰ ইচ্ছুক খেলুৱৈসকলক উপস্থিত থাকিবলৈ সভাপতিগৰাকীয়ে অনুৰোধ জনাইছে৷ অধিক তথ্যৰ বাবে ৯১০১০৫৬১৮৬ নম্বৰত যোগাযোগ কৰিব পাৰিব৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments