Tuesday, May 24, 2022
HomeNewsবঙাইগাঁৱত জিলা ভিত্তিত দবা প্ৰতিযোগিতাৰ আয়োজন

বঙাইগাঁৱত জিলা ভিত্তিত দবা প্ৰতিযোগিতাৰ আয়োজন

অলিম্পিয়া প্ৰতিবেদন, বঙাইগাওঁ

বঙাইগাঁও জিলা দবা সন্থাৰ উদ্যোগত অহা ৬ জানুৱাৰীত দোলাইগাঁৱৰ ৱাকিং জ’নত জিলা ভিত্তিত দবা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ প্ৰতিযোগিতাখনি প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণী , পঞ্চমৰ পৰা অষ্টম শ্ৰেণী , নৱমৰ পৰা দ্বাদশ শ্ৰেণী আৰু জ্যেষ্ঠ তথা প্ৰাপ্তবয়স্ক সকলৰ বাবে মুকলি – এই চাৰিটা বিভাগত অনুষ্ঠিত হ’ব ৷ ইচ্ছুক প্ৰতিযোগীক নিজৰ নামসমূহ হোটেল জাহ্নৱীত ৯১৭১৪২৯১৭১ নম্বৰৰ জৰিয়তে অহা ৪ জানুৱাৰীৰ পূৰ্বে পঞ্জীয়ণ কৰিবলৈ জিলা দবা সন্থাৰ সভাপতি ডেনিয়েল দাসে আহ্বান জনাইছে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments