Tuesday, October 4, 2022
HomeNewsব্ৰেড হগে ক'লে এই গৰাকী ভাৰতীয় ক্ৰিকেটাৰে টি-২০ত কৰিব দ্বিশতক

ব্ৰেড হগে ক’লে এই গৰাকী ভাৰতীয় ক্ৰিকেটাৰে টি-২০ত কৰিব দ্বিশতক

প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ব্ৰেড হগে টি-২০ ক্ৰিকেটক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ব্ৰেড হগেৰ মতে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে টি-২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিবলৈ সক্ষম হ’ব।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ টুইটাৰ একাউণ্টত এই কথা কৈছে। হগে তেওঁঁৰ টুইটাৰত উল্লেখ কৰা অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ অপেনিং বেটছমেন ৰোহিত শৰ্মাই টি-২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিব পাৰিব।

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গৰাকীয়ে তেওঁৰ টুইটাৰত ৰোহিত শৰ্মাৰ বিষয়ে লিখিছে এইদৰে

‘বৰ্তমান সময়ত ৰোহিত শৰ্মাই একমাত্ৰ ক্ৰিকেটাৰ যিয়ে এই কামটো কৰিবলৈ সক্ষম হ’ব। তেওঁৰ ষ্ট্ৰাইকৰেট ভাল, সুন্দৰ টাইমিং আৰু ফিল্ডৰ চাৰিওফালে শ্বট খেলিব পৰা ক্ষমতা আছে’।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments