Wednesday, October 5, 2022
HomeNewsআপুনি বাৰু নৃত্যত পাকৈত নেকি? চাহালৰ এই 'চেলেঞ্জ' এবাৰ চাওকচোন।

আপুনি বাৰু নৃত্যত পাকৈত নেকি? চাহালৰ এই ‘চেলেঞ্জ’ এবাৰ চাওকচোন।

নিউজিলেণ্ডৰ বিপক্ষে জয় লাভ কৰি চাহাল আৰু শ্ৰেয়াছ আয়াৰে ফিল্ডত এক বিশেষ নৃত্য প্ৰদৰ্শন কৰাৰ দৃশ্য চচিয়েল মিডিয়াত ভাইৰেল হৈছিল। চাহালৰ এই নৃত্য ভাইৰেল হোৱাৰ পিছতেই এতিয়া চাহালে এক চেলেঞ্জ আগবঢ়াইছে। চাহালৰ সেই বিশেষ নৃত্যটোৰ ‘ষ্টেপ’ সমূহ দলগত ভাৱে পৰিবেশন কৰাৰ চেলেঞ্জ আগবঢ়াইছে চাহালে। চাহালৰ এই চেলেঞ্জ এতিয়া চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু একাংশ অনুৰাগীয়ে চাহালৰ নৃত্য পৰিবেশন কৰি চচিয়েল মিডিয়াত আপলোড কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments