Sunday, October 2, 2022
HomeNewsনগাঁৱত মুখ্যমন্ত্ৰীৰ মহিলা ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন

নগাঁৱত মুখ্যমন্ত্ৰীৰ মহিলা ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন

নগাঁৱৰ ৰত্নকান্ত হাইস্কুল খেলপথাৰত ১৪ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রীৰ মহিলা ক্রীড়া প্রতিযোগিতাৰ নগাঁও জিলা ভিত্তিক এথলেটিকছ ইভেণ্টটো অনুষ্ঠিত হয়৷ জিলাখনৰ শতাধিক মহিলা প্রতিযোগীয়ে অংশ লোৱা ইভেণ্টটোৰ ১০০ মিটাৰত লাকী শইকীয়া, হিমাদ্রী গোহাঁই, ২০০ মিটাৰত অংকিতা শইকীয়া, ১৫০০ মিটাৰত আৰতি শইকীয়া, ৮০০ মিটাৰত পাহি কেওঁট, পাৰবিনা খাতুন, ৪০০ মিটাৰত জুলি শইকীয়া, ডিছকাছ থ্র’ত সোণমিলি টিমুংপি, ছায়া বৰদলৈ, শ্বটপুটত ইৰামণি বৰদলৈ, নিতুপর্ণা বৰদলৈ, জেভলিন থ্র’ত মম্পিয়া দাসে ৰাজ্যিক পর্যায়ৰ প্রতিযোগিতালৈ নির্বাচিত হৈছে৷ প্ৰতিযোগিতাখনত বিজয়ীসকলক ট্রফী আৰু মানপত্র প্রদান কৰা হয়৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments