Friday, September 30, 2022
HomeNewsচাইনিজ চাওলিন কুংফু ফেডাৰেচনৰ উদ্দ্যোগত মাৰ্চিয়েল আৰ্টচ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা

চাইনিজ চাওলিন কুংফু ফেডাৰেচনৰ উদ্দ্যোগত মাৰ্চিয়েল আৰ্টচ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা

  • গুৱাহাটীত অনুষ্ঠিত হ’ব মাৰ্চিয়েল আৰ্টচ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা।
  • চাইনিজ চাওলিন কুংফু ফেডাৰেচনৰ উদ্দ্যোগত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন।
  • ২৯ ফেব্ৰুৱাৰীত কটন বিশ্ববিদ্যালয়ৰ ইন্দৰ হলত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত অনুষ্ঠিত “সদৌ অসম মাৰ্চিয়েল আৰ্টচ চেম্পিয়নশ্বিপ-২০২০”।
  • উল্লেখ্য যে চাইনিজ চাওলিন কুংফু ফেডাৰেচন আন্তঃৰাষ্ট্ৰীয় চাইনিজ চাওলিন কুংফু ফেডাৰেচনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সংস্থা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments