Monday, October 3, 2022
HomeNewsখেল' ইণ্ডিয়াৰ অধীনত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে আবেদন আহ্বান যোৰহাট ক্ৰীড়া বিষয়াৰ

খেল’ ইণ্ডিয়াৰ অধীনত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে আবেদন আহ্বান যোৰহাট ক্ৰীড়া বিষয়াৰ

অলিম্পিয়া বাৰ্তা

ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ে দেশৰ বিভিন্ন প্ৰান্তত ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ কাৰণে খেল’ ইণ্ডিয়াৰ অধীনত বিভিন্ন ক্ৰীড়াৰ ওপৰত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ প্ৰস্তুতি চলাইছে।

ইয়াৰ বাবে প্ৰাক্তন পদকপ্ৰাপ্ত খেলুৱৈ/অনুষ্ঠান/ সংস্থা আদিয়ে আবেদন কৰিব পাৰিব। তেওঁলোকৰ নিৰ্দিষ্ট খেলৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰশিক্ষণ কেন্দ্ৰসমূহ আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, বক্সিং, চাইক্লিং, হকী, ফেন্সিং, জুডো, ৰোয়িং, শ্বুটিং, সাঁতোৰ, টেবুল টেনিছ, ভাৰত্তোলন, মল্লযুঁজ, ফুটবল আৰু স্থানীয় খেলসমূহৰ ওপৰত স্থাপন কৰা হ’ব।

ইচ্ছুক আবেদনকাৰীসকলে জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ পৰা প্র পত্ৰসমূহ সংগ্ৰহ কৰি অহা ১৯ আগষ্ট, ২০২০ ৰ ভিতৰত জমা দিবৰ বাবে যোৰহাট জিলাৰ ক্ৰীড়া বিষয়া প্ৰতীম বৰুৱাই আহ্বান জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments