Sunday, October 2, 2022
HomeNewsযোৰহাটত ৰোলাৰ স্কেটিঙৰ প্ৰশিক্ষণ

যোৰহাটত ৰোলাৰ স্কেটিঙৰ প্ৰশিক্ষণ

যোৰহাট জিলা ৰোলাৰ স্কেটিং সংস্থাৰ উদ্যোগত আৰু অসম ৰোলাৰ স্কেটিং সংস্থাৰ সহযোগত ৯ ফেব্ৰুৱাৰীৰ পৰা যোৰহাট জে বি কলেজৰ প্ৰাঙ্গনত ৰোলাৰ স্কেটিঙৰ এক প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। প্ৰশিক্ষণ শিবিৰটোৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ ক্ৰীড়া সংগঠক ডঃ তপন দত্ত, ননী দত্ত, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, যোৰহাট ডনবস্ক’ স্কুলৰ শিক্ষক ৰেগী মানু, সমাজকৰ্মী চিৰঞ্জীৱ শৰ্মা, অসম ৰোলাৰ স্কেটিঙৰ সাধাৰণ সম্পাদক অনুপম শৰ্মা, মিন্টু ফুকন, শান্তনু বৰুৱা, দীপক চাহু, ৰঞ্জীৱ শৰ্মা, মানোৱাৰ হুছেইন, স্বপ্নজিত বৰবৰা আদি ব্যক্তিসকল । প্ৰশিক্ষণ প্ৰদান কৰিছে প্ৰশিক্ষক দ্বীপজ্যোতি শইকীয়াই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments