Tuesday, October 4, 2022
HomeNewsবিভাকৰ নাগৰ বিয়োগত অসম ক্ৰিকেট সন্থাৰ শোক প্ৰকাশ

বিভাকৰ নাগৰ বিয়োগত অসম ক্ৰিকেট সন্থাৰ শোক প্ৰকাশ

অলিম্পিয়া প্ৰতিবেদন

অসমৰ তৰুণ প্ৰতিভাৱান বিভাকৰ নাগৰ বিয়োগত অসম ক্ৰিকেট সন্থাই শোক প্ৰকাশ কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শ‌ইকীয়াই প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীৰ আকস্মিক বিয়োগত শোক আৰু আশ্চৰ্য প্ৰকাশ কৰিছে।

মাত্ৰ ২০ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লোৱা দুৰ্ভগীয়া নাগে ১৬বছৰ অনূৰ্ধ অসম দলৰ হৈ ২০১৫-১৬চনত চিজনত ভি. এম ট্ৰফী, অনূৰ্ধ ১৯ বছৰ দলৰ হৈ ২০১৭-১৮, ১৮-১৯ আৰু ২০১৯-২০বৰ্ষত অসমক প্ৰতিনিধিত্ব কৰাৰ উপৰিও ২০১৯-২০ বৰ্ষত চাৰিখন মেচত ১৮ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰৰ অকাল বিয়োগত সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments