Monday, July 4, 2022
HomeNewsস্পৰ্টছ একাডেমী অৱ শুৱালকুচিৰ পৰা লাভলীনালৈ শুভেচ্ছা বাৰ্তা

স্পৰ্টছ একাডেমী অৱ শুৱালকুচিৰ পৰা লাভলীনালৈ শুভেচ্ছা বাৰ্তা

অলিম্পিয়া প্রতিবেদন

“খেলিমেই আমি আমি খেলিমেই, বিশ্বৰ ক্রীড়াংগণত আমি জিকিমেই” এই শ্লোগানৰে আজি শুৱালকুচিত এজাক ক্রীড়াউদ্যোমী যুৱক যুৱতীয়ে পথলৈ ওলাই আহে। সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনাৰ মাজেৰে অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্য আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচী। বিশেষ কাৰ্যসূচীটোত উপস্থিত থকা যুৱক যুৱতীসকলে লাভলীনাৰ সমৰ্থনত স্বাক্ষ্যৰ অভিযানৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীত লাভলীনাৰ লগতে ভাৰতক প্ৰতিনিধিত্ব কৰা সকলো ভাৰতীয় খেলুৱৈলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments