Monday, October 3, 2022
HomeNewsবিতৰ্কৰ মাজত আই পি এলৰ শীৰ্ষ গীত!!

বিতৰ্কৰ মাজত আই পি এলৰ শীৰ্ষ গীত!!

অলিম্পিয়া প্ৰতিবেদন

এইবাৰ বিতৰ্কৰ মাজলৈ গৈছে আইপিএলৰ শীৰ্ষ সংগীত ‘আয়েঙ্গে হম ৱাপছ’। সংগীত পৰিচালক অজয় ৰাওৱে তৈয়াৰ কৰি উলিওৱা এই সংগীত বেছ জনপ্ৰিয় হৈ পৰিছে। পিছে এই সংগীত চোৰ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপিত কৰিছে দিল্লীৰ ৰেপাৰ কৃষ্ণায়ে। তেওঁৰ স্পষ্ট অভিযোগ যে আইপিএলৰ শীৰ্ষ সংগীত তেওঁৰ এক ৰেপ সংগীতৰ পৰা চোৰ কৰি তৈয়াৰ কৰা হৈছে। এইদৰে তেওঁৰ সৃষ্টিক চোৰ কৰাৰ বিষয়টোৰ ওপৰত কৃষ্ণাই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰিছে।

২০১৭ চনত কৃষ্ণাৰ ‘দেখা ক’ন আয়া ৱাপছ’ ৰেপ সংগীতৰ পৰা ‘আয়েঙ্গে হম ৱাপছ’ সংগীত চোৰ কৰা হৈছে। তেওঁ কৈছে , হটষ্টাৰৰ দৰে বৃহৎ প্ৰতিষ্ঠানে এইদৰে উদীয়মান সংগীত শিল্পীৰ লগত এনে কাৰ্য কৰিলে আগন্তুক সময়ত বৃহৎ প্ৰত্যাহ্বান হৈ পৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments