Wednesday, July 6, 2022
HomeNewsগ’ল্ডেন বুট কাৰ

গ’ল্ডেন বুট কাৰ

কোপা আমেৰিকাৰ যুদ্ধ প্ৰায় সমাপ্ত৷ কেৱল বাকী ৰৈছে ফাইনেল আৰু তৃতীয় স্থানৰ বাবে হ’ব লগা যুঁজ দুখন৷ ফাইনেলত সমূখসমৰত অৱতীৰ্ণ হ’ব ব্ৰাজিল- আৰ্জেণ্টিনা৷ দলীয় সাফল্যৰ লগতে ব্যক্তিগত সাফল্যকলৈও এতিয়া সৰব আলোচনা ফুটবল অনুৰাগীৰ৷ কোনে পাব এইবাৰৰ গ’ল্ডেন বুট৷ এই প্ৰশ্নৰ সম্ভাব্য উত্তৰ হ’ব পাৰে লায়নেল মেছি৷ এই পৰ্যন্ত চাৰিটা গ’ল কৰি শীৰ্ষত আছে মেছি৷ তিনিটা গ’লেৰে মেছিৰে সতীৰ্থ লাওতাৰো মাৰ্টিনেজ৷ এঘাৰজন খেলুৱৈয়ে দুটাকৈ গ’ল কৰিছে৷ তাৰ মাজত আছে নেইমাৰো৷ তৃতীয় স্থানৰ মেচখনত বিশেষ একো অঘটন নঘটিলে মেছি, মাৰ্টিনেজ অথবা নেইমাৰৰ মাজতেই থাকি যাব গ’ল্ডেন বুট৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments