Wednesday, October 5, 2022
HomeNewsপ্ৰীতি ক্ৰিকেটত কটনৰ শিক্ষক বনাম ছাত্ৰ

প্ৰীতি ক্ৰিকেটত কটনৰ শিক্ষক বনাম ছাত্ৰ

অলিম্পিয়া প্ৰতিবেদন

যোৱা ২৬ মাৰ্চত গুৱাহাটীৰ লতাশিল খেলপথাৰত কটন বিশ্ববিদ্যালয় শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত ক্ৰিকেট সম্পাদক নয়নমণি কলিতাৰ তত্বাৱধানত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হৈ যায় । টছত জিকি উপাচাৰ্য একাদশৰ হৈ প্ৰথমে বেটিং কৰি পঞ্জীয়ক প্ৰফেছৰ দিগন্ত কুমাৰ দাসৰ অন্যবদ্য ৩৫ আৰু ভৰত ইংলেঙৰ ৩০ ৰাণৰ সহায়ত ১০ অভাৰত ১০৬ ৰাণ সংগ্ৰহ কৰে । বলিঙত ছাত্র একাদশৰ নয়নমণি কলিতাই সৰ্বাধিক ২ উইকেট দখল কৰে । ইয়াৰ বিপৰীতে ছাত্র একাদশৰ হৈ বেটিং কৰি হীৰক পাটোৱাৰীৰ ৪২ আৰু দ্বীপজ্যোতি বৈশ্যৰ ৩৭ ৰাণৰ সহায়ত ছাত্র একাদশে বিজয় সাব্যস্ত কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments