Tuesday, July 5, 2022
HomeNewsকোপা আমেৰিকাত ক’ৰণাৰ তাণ্ডব

কোপা আমেৰিকাত ক’ৰণাৰ তাণ্ডব

অলিম্পিয়া প্রতিবেদন

লেটিন আমেৰিকাত ক’ৰণা ভাইৰাচৰ তাণ্ডবৰ মাজতেই অনুষ্ঠিত হৈছে কোপা আমেৰিকা৷ কিন্তু ইয়াৰ মাজতেই আহিছে ভয়ংকৰ খবৰ৷ প্ৰতিযোগিতাখনত এই মূহুৰ্তত ক’ৰণাত আক্ৰান্ত হৈছে ৩১ গৰাকী ফুটবলাৰ৷ প্ৰতিযোগিতাৰ আৰম্ভণিৰ আগৰে পৰাই ক’ৰণাৰ বাবে ভেন্যু আদিকলৈ বিভিন্ন বাদ বিবাদ চলি আছিল আৰু মহামাৰী বিধৰ ব্যাপক সংক্ৰামকলৈ বিভিন্ন আলোচনা চলিছিল৷ উদ্বোধনীৰ এদিন পূৰ্বে আহিছিল ক’ৰণাৰ প্ৰথমটো সংক্ৰমণৰ প্ৰথমটো খবৰ৷ ভেনিজুৱেলাৰ মুঠ জ্জ্ব জন খেলুৱৈ ক’ৰণাত আক্ৰান্ত৷ ইয়াৰ পিছত সংক্ৰমণ অধিক হোৱাৰ আশংকা ব্যক্ত কৰা হৈছিল আৰু অৱশেষত সেয়াই হ’ল৷ তদুপৰি প্ৰতিযোগিতাৰ লগত জড়িত ১০ জন কৰ্মচাৰীৰ দেহত ইতিমধ্যে এই মাৰাত্মক ভাইৰাচ বিধৰ উপস্থিতি ধৰা পৰিছে৷ উল্লেখ্য যে ব্ৰাজিলত ক’ৰণা ভাইৰাচৰ ব্যাপক সংক্ৰমণে ইতিমধ্যে পাঁচ লক্ষাধিক মানুহৰ প্ৰাণ লৈছে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments