Monday, October 3, 2022
HomeNewsশিঙ্গাৰী বজাৰ আঞ্চলিক খেলপথাৰত প্ৰাইজমানি ক্ৰিকেটৰ আয়োজন

শিঙ্গাৰী বজাৰ আঞ্চলিক খেলপথাৰত প্ৰাইজমানি ক্ৰিকেটৰ আয়োজন

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ তেলিয়া পথাৰৰ শিঙ্গাৰী বজাৰ আঞ্চলিক খেলপথাৰত নিউ গ্ৰিণ গেলেক্মী (এন জি জি) ক্লাবৰ উদ্যোগত আৰু খেলপথাৰ পৰিচালনা সমিতিৰ সহযোগত শনিবাৰে নগাঁও আৰু মৰিগাঁও জিলা ভিত্তিত এখনি প্ৰাইজমানি এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । আঠদলীয় আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাৰ বিজয়ী দলক মিজানুল হকে আগবঢ়োৱা ট্ৰফীৰ লগতে নগদ দহহেজাৰ টকা আৰু ফাইনেলিষ্ট দলটোক বচিৰ উদ্দিনে আগবঢ়োৱা ট্ৰফীৰ লগতে নগদ পাঁচহেজাৰ টকা তথা হুমায়ুন ৰছিদ আহমেদে আগবঢ়োৱা ক্ৰিকেট বেট শ্ৰেষ্ঠ খেলুৱৈ গৰাকীক দিয়া হ’ব বুলি আয়োজক সমিতিৰ সভাপতি ৰিজাউৰ ৰহমান, সম্পাদক ছাব্বিৰ আহমেদ (ৰাজু) আৰু কোষাধ্যক্ষ জেহিৰুল ইছলামে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments