Monday, October 3, 2022
HomeNews৪ এপ্ৰিলৰ পৰা নেহৰু ষ্টেডিয়ামত সীমিত অভাৰ ক্ৰিকেট প্ৰতিযোগিতা

৪ এপ্ৰিলৰ পৰা নেহৰু ষ্টেডিয়ামত সীমিত অভাৰ ক্ৰিকেট প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

অহা ৪ মাৰ্চৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আৰম্ভ হ’ব ৬ ষষ্ঠ প্ৰয়াত গোলাপ- আৰতী হাজৰিকা আৰু শৰৎ কলিতা প্ৰাইজ মানি সীমিত অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট । ১৪ এপ্ৰিলত অন্ত পৰিবলগা এই প্ৰতিযোগিতাৰ আয়োজক চিটি ক্ৰিকেট ক’চিং চেণ্টাৰ । যোগদানকাৰী দলবোৰৰ মাজত লীগ পৰ্যায়ৰ মেচ ২০ অভাৰৰ আৰু ছেমিফাইনেল তথা ফাইনেল মেচ ৪০ অভাৰৰ হ’ব । টুৰ্ণামেণ্টৰ চেম্পিয়ন দলে ১ লাখ আৰু ফাইনেলিষ্ট দলে ৫০ হেজাৰ টকাৰ প্ৰাইজমানি লাভ কৰিব । তদুপৰি সকলো মেচতে মেন অৱ দ্য মেচ আৰু সামৰণিত আন ব্যক্তিগত বঁটা থাকিব । এই বাতৰি প্ৰেৰণ কৰিছে দিছপুৰ চিটি ক্ৰিকেট ক’চিং চেণ্টাৰৰ মুখ্য এন আই এছ প্ৰশিক্ষক তথা সম্পাদক গৌতম হাজৰিকাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments