Sunday, October 2, 2022
HomeNewsনগাঁৱৰ কুৰুৱাবাহী-২নং গেদাৰবড়ীত প্ৰাইজমাণি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন

নগাঁৱৰ কুৰুৱাবাহী-২নং গেদাৰবড়ীত প্ৰাইজমাণি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন

✍️দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া কুৰুৱাবাহী চাৰিআলিৰ সমীপৰ কুৰুৱাবাহী-দুই নং গেদাৰবড়ীৰ অস্থায়ী খেলপথাৰত দুই নং গেদাৰবড়ী শৰীৰ চৰ্চা কেন্দ্ৰ আৰু গেদাৰবড়ী ক্ৰিকেট ক্লাবৰ যৌথ উদ্যোগত মঙলবাৰৰ পৰা এখনি প্ৰাইজমাণি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । আয়োজক সমিতিৰ সভাপতি বনজিৎ গৌতম আৰু সম্পাদক পৰশ প্ৰাচুৰ্য ভূঞাই জনোৱামতে প্ৰতিযোগিতাৰ চেম্পিয়ন দলক ট্ৰফীৰ লগতে নগদ দহ হেজাৰ টকা আৰু ফাইনেলিষ্ট দলক ট্ৰফীৰ লগতে নগদ পাঁচ হেজাৰ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰাৰ উপৰি মেন অৱ দ্য ছিৰিজ আৰু মেন অৱ দ্য মেচৰূপে বিবেচিত খেলুৱৈকো বিশেষ বঁটাৰে পুৰস্কৃত কৰা হ’ব ৷ এই প্ৰতিযোগিতাৰ ভৰ্তি মাচুল এহেজাৰ এটকা নিৰ্দ্ধাৰণ কৰা হৈছে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক দলসমুহক প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ জানিবৰ বাবে ৭০০২৯-৪৬৮৬৩, ৯৩৯৫২-৫৯৩৮১ বা ৮৮২২০-০৮৯৮৯ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments