Sunday, October 2, 2022
HomeNewsবলিউডৰ আইটেম গীতত নৃত্য ৱাৰ্ণাৰৰ, সংগী কণমানি জীয়ৰী

বলিউডৰ আইটেম গীতত নৃত্য ৱাৰ্ণাৰৰ, সংগী কণমানি জীয়ৰী

olympiasports.in

লকডাউনৰ সময়ছোৱাত সমগ্ৰ বিশ্বৰ ক্ৰীড়াবিদসকল নিজৰ গৃহত আবদ্ধ হৈ আছে। এই সময়ছোৱাত ক্ৰীড়াবিদসকলে নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰাৰ লগতে নিজৰ ভাল লগা কাম কৰিবলৈ চেষ্টা কৰিছে। ব্যতিক্ৰম নহয় অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডেভিড ৱাৰ্ণাৰো।

ৱাৰ্ণাৰে লকডাউনৰ সময়ছোৱাত নিজৰ গৃহত কণমানি জীয়ৰীৰ লগত নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ৱাৰ্ণাৰে জনপ্ৰিয় হিন্দী আইটেম গীত ‘চিলা কি জৱানী’ত নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। ক্ৰিকেটাৰ জনে তেওঁৰ ইষ্টাগ্ৰাম একাউণ্টত এই ভিডিঅ’ আপলোড কৰিছে। এই ভিডিঅ’ আপলোড কৰাৰ লগে লগেই এতিয়া ভাইৰেল হৈ পৰিছে।

https://www.instagram.com/p/B_GTVsGJ1c5/?igshid=vx0990fkwljr
জীয়ৰীৰ সৈতে নৃত্য ডেভিড ৱাৰ্নাৰৰ


- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments