Wednesday, October 5, 2022
HomeNewsধোনীয়ে নাই দিয়া এক লাখ টকাৰ অনুদান

ধোনীয়ে নাই দিয়া এক লাখ টকাৰ অনুদান

olympiasports.in

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিয়ে ১ লাখ টকাৰ অনুদান আগবঢ়োৱা খবৰ অসত্য। এই কথা ক্ৰিকেটাৰ গৰাকীৰ পত্নী সাক্ষী সিং ধোনিয়ে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে।

উল্লেখ্য যে শেহতীয়াকৈ ভাৰতত ক’ৰনা আতংকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশ লকডাউন ঘোষণা কৰিছে। এনে পৰিস্থিতিত বিশ্বৰ ধনাধ্য ক্ৰীড়াবিদ সকলৰ অন্যতম মহেন্দ্ৰ সিং ধোনিয়ে দৰিদ্ৰ পৰিয়ালৰ সহায় হোৱাকৈ ১ লাখ টকাৰ অনুদান আগবঢ়োৱা বুলি এক খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। যাৰ বাবে অনুৰাগীৰ মাজত বিষয়টোৱে চৰ্চা লাভ কৰাৰ লগতে ধোনিক সমালোচনা কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments