Wednesday, October 5, 2022
HomeNewsডাঃ টি আও শতবাৰ্ষিকী সমাৰোহ কমিটিৰ ধন ক'ৰনা ভাইৰাছ প্ৰতিৰোধ সংগ্ৰামলৈ

ডাঃ টি আও শতবাৰ্ষিকী সমাৰোহ কমিটিৰ ধন ক’ৰনা ভাইৰাছ প্ৰতিৰোধ সংগ্ৰামলৈ

olympiasports.in

ডাঃ টি আও জন্ম শতবাৰ্ষিকী সমাৰোহ কমিটিয়ে আজি অসম চৰকাৰৰ ক’ৰনা ভাইৰাছ প্ৰতিৰোধ সংগ্ৰামৰ অংশীদাৰ হৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু অসম আৰোগ্য নিধিলৈ সৰ্বমুঠ ৫০ হেজাৰ টকা আগবঢ়াইছে। সন্থাৰ সভাপতি স্বপনীল বৰুৱা আৰু যুটীয়া সম্পাদক প্ৰদীপ হাজৰিকাই এক বিবৃতিত কয় যে সন্থাৰ সম্পাদক সুবোধমল্ল বৰুৱাই সন্থাৰ হৈ ২৫ হেজাৰ টকাৰ দুখন চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে। সন্থাই ভৱিষ্যতেও ক’ৰনা প্ৰতিৰোধ সংগ্ৰামত ৰাজ্য চৰকাৰৰ সৈতে কাম কৰি যাবলৈ অংগীকাৰবদ্ধ বুলি বিবৃতিত সদৰি কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments