Monday, July 4, 2022
HomeNewsপূব মণ্ডল জুনিয়ৰ এথলেটিকছলৈ ১১২ জনীয়া অসমৰ দল ঘোষণা

পূব মণ্ডল জুনিয়ৰ এথলেটিকছলৈ ১১২ জনীয়া অসমৰ দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন

২৮-২৯ ডিচেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব ৩২ সংখ্যক পূব মণ্ডল এথলেটিকছ প্ৰতিযোগিতা। গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া উক্ত প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে অসম। প্ৰতিযোগিতাখনলৈ বুলি অসমৰ ১১২ জনীয়া এথলিট দলটোৰ ঘোষণা কৰিছে অসম এথলেটিক সন্থাই।

ঘোষিত খেলুৱৈসকল ক্ৰমে ল’ৰাৰ (১৪ অনুৰ্ধ্ব) শাখাত নয়নমনি হাজৰিকা ,অভিনন্দন শইকীয়া, প্ৰাচুৰ্য পাটৰ, অংশুমান ভাগৱতী, নীহাৰ গগৈ,বৰ্ণিল শৰ্মা, পিংকু মেধি,বিশ্বজিৎ দাস, মৌচম বৈৰাগী, মানস প্ৰতীম ৰাভা।আনহাতে,

১৬ অনুৰ্ধ্ব: শাখাত ৰাজু দৈমাৰী, ইদুল হুছেইন, চুমন মিলি,সীমান্ত কুমাৰ, সঞ্জয় দাস, সাগৰ ঘোষ, সজল দাস, প্ৰনৱ জ্যোতি বসুমতাৰী, কপিল লাহন, ৰোহন পেগু, ধৃতিষ্মান গোস্বামী, হেমাংগ বৰগোহাঁই, দত্ত, প্ৰবীন ৰাভা, মাধূৰ্য কাশ্যপ, জিমি ব্ৰহ্ম, জ্যোতিস্মান বিশাল শইকীয়া।

১৮ অনুৰ্ধ্ব;ৰাধেশ্যাম দাস, দিবাকৰ দাস, অক্ষয় বড়ো, ত্ৰিশাংকু বৰ্মন, সৌৰভ কুৰ্মী,মনজিত ৰাভা , কৌশিক ৰাজাক, দ্বীপজ্যোতি নেওগ, চিন্ময় বৰুৱা, মেহদী হাচান, হিৰকজ্যোতি দিহিঙীয়া, পিণ্টু বৰঠাকুৰ, ভাৰ্গৱ দত্ত, প্ৰমোদ হাগীয়াৰ, প্ৰবাল কোঁৱৰ, ৰক্তিম দাস,আয়ুসী গগৈ, জংচাৰ বসুমাতাৰী, যুগান্ত চাংমাই,(২০ অনুৰ্ধ্ব) ভাইটি দলৈ, বিক্ৰম দাস, ভুম মুছাহাৰী, কমল বড়ো, ৰক্তিম মোহন, প্ৰণৱ বৈদ্য ,মাধূৰ্য বৰা,পল্লৱ গগৈ, দেবশ্ৰী বৰা, অভিজিত নাথ, আবুতানি খাতুন, শ্বেখ জায়েদ আহমেদ, অৰ্জুন প্ৰধান, বিশাল দাস,চানিদুল মামুদ, জিণ্টু দুৱৰা, বিলাস শৰণীয়া,জিতুপম মিলি আৰু জিছান দিহিঙীয়া।

আনহাতে, ছোৱালীৰ ১৪ অনুৰ্ধ্ব শাখাত স্থান লাভ কৰিছে ৰিমঝিম শইকীয়া, বিপাশা পেগু,বৰ্ণালী কৰ্মকাৰ, ভবানী শইকীয়া অনামিকা পেগু,তৰালী দাস,পাৰিজাত দলৈ, মনালিচা শইকীয়া, আৰু আইনু বৰুৱা।

সেইদৰে, ১৬ অনুৰ্ধত স্থান লাভ কৰিছে কাদম্বৰী মুডিয়াৰ, চয়নিকা গগৈ,পলি দলৈ, জছমিতা মিলি,ৰাশ্না পেগু, মনিকা মাঝী, লখিমতি পেগু, নিশিতা হালৈ, ডেনিম বৰুৱা,ৰেখাজ্যোতি গগৈ,কৰিস্মা শইকীয়া,অমিষা পেগু আৰু কৃষ্ণা বড়ো।

ইপিনে, ১৮ অনুৰ্ধত স্থান লাভ কৰিছে পদ্মিনী দাস,মধুমিতা বৈশ্য,প্ৰতীক্ষা বৰুৱা,প্ৰতীক্ষা বৰা,গীতা দলৈ,কংকনা দাস,এঞ্জেলিনা জেকছন,বিংকী চমুৱা,গংগা নাৰ্জাৰী,মমতা দলৈ,প্ৰতীমা খেৰকেতেৰিয়া,শিল্পী দাস, আৰু শিখামণি বৰগোঁহাই।

তদুপৰি, ২০অনুৰ্ধত লীনা ডেকা,মেৰিনা কোঁৱৰ,সুহানী তাঁতী,মনালিছা বৰ্মন,কৃষ্ণা ফুকন,লুনা নাথ,বৰ্নিতা দাস, পিংখী ব্ৰহ্ম,অম্বাৰিকা নাৰ্জাৰী আৰু ময়ূখী ডেকাই লাভ কৰিছে স্থান।

অসমৰ ১১২ জনীয়া দলটোৰ প্ৰশিক্ষকত্ৰয় ক্ৰমে নৱজিৎ মালাকৰ, প্ৰাঞ্জল বৰুৱা, গেৰেমছা দৈমাৰী আৰু মেনেজাৰদ্বয় হৈছে জেহৰুল ইছলাম আৰু গীতুমনি দাস।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments