Tuesday, October 4, 2022
HomeNewsঅসম ৰোলবলৰ দল ঘোষণা ।দলটোৱে অংশ লব পূব মণ্ডল ছিনিয়ৰ ৰোলবল চেম্পিয়নশ্বিপত।

অসম ৰোলবলৰ দল ঘোষণা ।দলটোৱে অংশ লব পূব মণ্ডল ছিনিয়ৰ ৰোলবল চেম্পিয়নশ্বিপত।

অলিম্পিয়া প্ৰতিবেদন


ছত্তিশগড়ৰ তীখা নগৰী ভিলাইত অহা ১৩ আৰু ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব পূব মণ্ডল ছিনিয়ৰ ৰোলবল চেম্পিয়নশ্বিপ । অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে ঘোষণা কৰা অনুসৰি নিৰ্বাচিত অসম দলটো হ’ল ঃ অদিতি গুপ্তা(অধিনায়ক), এলিছা ফাৰহীন, মনিষা প্ৰধান, ছোহানী বৰা, ৰঞ্জিতা বৰ্মন, প্ৰতিক্ষা তালুকদাৰ, জছমিতা মহন্ত, গাৰ্গী গুপ্তা ; পুৰুষ ঃ জয়দ্বীপ মহন্ত (অধিনায়ক), সৌৰভ পাল, ৰেমু বৰদলৈ, এপলক জে বৰুৱা, অনুৰাগ বাছফৰ, সঞ্জীৱ কুমাৰ, মানস গগৈ, গৌৰৱ দাস আৰু শ্বেখ আয়ান ইছলাম । দলৰ প্ৰশিক্ষক সুমন ডেকা আৰু মেনেজাৰ অৰ্জুন বাগলাৰী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments