Tuesday, October 4, 2022
HomeNewsইউৰোত পৰাজয়: ষ্টেডিয়ামৰ বাহিৰত ইটালীয়ান সমৰ্থকক মাৰপিট ইংলেণ্ড সমৰ্থকৰ

ইউৰোত পৰাজয়: ষ্টেডিয়ামৰ বাহিৰত ইটালীয়ান সমৰ্থকক মাৰপিট ইংলেণ্ড সমৰ্থকৰ

অলিম্পিয়া প্রতিবেদন

ইউৰো ২০২০ত পৰাজয়ৰ গ্লানি যেন পাহৰিব পৰা নাই ইংলেণ্ড সমৰ্থকে। ইটালীৰ হাতত ইউৰোত পৰাস্ত হোৱাৰ পিছতেই একাংশ ইংৰাজ সমৰ্থকৰ আক্ৰমণৰ বলি হ’ল ইটালীয়ান সমৰ্থক। খেল শেষ হোৱাৰ পিছতেই ৱেম্বলী ষ্টেডিয়ামৰ বাহিৰত হাজাৰ হাজাৰ ইংৰাজ সমৰ্থকে উগ্ৰমূৰ্তি ধাৰণ কৰা দেখিবলৈ পোৱা যায়। তাৰ বিভিন্ন দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ইংৰাজ সমৰ্থকে ইটালীয়ান সমৰ্থকক আক্ৰমণ কৰাতেই ক্ষান্ত নাথাকি ইটালীৰ জাতীয় পতাকাকো অসন্মান কৰাৰ অভিযোগ আনিছে ইটালীৰ সমৰ্থকসকলে। সামাজিক মাধ্যমসমূহত এই দৃশ্য ভাইৰেল হৈ পৰাৰ লগে লগে এতিয়া সৰ্বত্ৰে ইংৰাজ সমৰ্থকক ধিক্কাৰ দিছে ফুটবলপ্ৰেমী ৰাইজে।

https://twitter.com/nasawali_phame/status/1414381099858399234?s=20
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments