Sunday, October 2, 2022
HomeNewsভাৰতত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপ বাতিল

ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ বাতিল

olympiasports.in

ফিফা অনুৰ্ধ ১৭ মহিলা বিশ্বকাপ বাতিল কৰা হৈছে। প্ৰতিযোগিতাখন চলিত বছৰত ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল। প্ৰতিযোগিতাৰ এখন মেচ গুৱাহাটীটো অনুষ্ঠিত হোৱাৰ কথা আছিল। গুৱাহাটীৰ বাদে টুৰ্ণামেণ্টৰ আন আন মেচসমূহৰ বাবে নিৰ্দিষ্ট কৰা হৈছিল ভুৱনেশ্বৰ, ক’লকতা, আহমেদাবাদ আৰু নৱী মুম্বাই। ফিফাই গ্ৰহণ কৰা এই সিদ্ধান্তক অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে আদৰণি জনাইছে। ফেডাৰেচনে এক বিজ্ঞপ্তিত এই কথা উল্লেখ কৰি কয় যে এই মুহূৰ্তত সকলোৰে নিৰাপত্তাৰ দিশটোহে গুৰুত্বপূৰ্ণ। এনে এক সন্ধিক্ষণত কোনো কাৰণতে বিপদক মূৰ পাতি ল’ব নোৱাৰি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments