Wednesday, September 28, 2022
HomeNewsপ্ৰতি দুবছৰৰ পিছত হ’ব বিশ্বকাপ ফুটবল

প্ৰতি দুবছৰৰ পিছত হ’ব বিশ্বকাপ ফুটবল

অলিম্পিয়া প্রতিবেদন

চাৰিবছৰৰ পৰিবৰ্তে দুবছৰৰ অন্তত আনুষ্ঠিত হ’ব বিশ্বকাপ ফুটবল৷ শেহতীয়াকৈ ছৌদি আৰব প্ৰশাসনৰ পৰা লাভ কৰা এটা প্ৰস্তাবৰ পিছত এই সম্পৰ্কত বিচাৰ বিবেচনা কৰিছে ফিফাই৷ ইতিমধ্যে বিশ্ব ফুটবলৰ এই সৰ্ব্বোচ্ছ নিয়ন্ত্ৰক সন্থাটোৰ ভিতৰ চৰাত এই সম্পৰ্কীয় কথা বতৰাই স্থান পাইছে৷ ফিফাৰ প্ৰধান জিয়ানি ইনফাস্তোনে জানিবলৈ দিয়া মতে ইতিমধ্যে ১৬৬ খন দেশৰ নেচনেল কনফেডাৰেচনে এই ক্ষেত্ৰত সমৰ্থন জনাইছে৷ কিন্তু বিৰোধিতাও কৰিছে বহু দেশে৷ ১৯৩০ বৰ্ষৰ পৰাই চলি থকা এই বিশ্বকাপ ফুটবলঃ প্ৰতি চাৰিবছৰৰ অন্তত অনুষ্ঠিত হৈ আহিছে৷ কিন্তু দুবছৰৰ অন্তৰে অন্তৰে হ’লে, ওৱেফা লীগ, ইংলিছ প্ৰিমীয়াৰ লীগ, কোপা আমেৰিকানৰ সৈতে বুজাবুজিত আহিব লাগিব ফিফা৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments