Tuesday, October 4, 2022
HomeNewsনগাঁৱৰ ডিমৌত কিনাৰাম হাজৰিকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা (ছেভেন-এ- ছাইড)ৰ আয়োজন

নগাঁৱৰ ডিমৌত কিনাৰাম হাজৰিকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা (ছেভেন-এ- ছাইড)ৰ আয়োজন

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ ডিমৌ অঞ্চলৰ প্ৰাক্তন ফুটবলাৰ গনেশ ডেকাৰ তত্ত্বাৱধানৰ ডিমৌ ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত অহা ২৬ ফেব্ৰুৱাৰীত কিনাৰাম হাজৰিকাৰ সোঁৱৰণত এখনি প্ৰাইজমানি (ছেভেন-এ-ছাইড) আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তুতি চলোৱা হৈছে । ডিমৌ চাৰিআলিৰ সমীপৰ খেলপথাৰত আয়োজন কৰা এদিনীয়া এই নক আউট পদ্ধতিৰে হ’বলগীয়া প্ৰতিযোগিতাৰ বিজয়ী দলক সমাজকৰ্মী ভূপেন হাজৰিকাই আগবঢ়োৱা ট্ৰফীসহ নগদ ধন আৰু ফাইনেলিষ্ট দলক গুৱাহাটীৰ মা ভাৰতী কোচিং চেণ্টাৰে আগবঢ়োৱা ট্ৰফীসহ নগদ ধন প্ৰদান কৰা হ’ব বুলি আয়োজক সমিতিৰ বিষয়ববীয়া যতীন ডেকা আৰু দিগন্ত পাটৰে জনাইছে । উল্লেখ্য যে, ৰাজ্যখনৰ আগশাৰীৰ আঠটা দলে এই প্ৰতিযোগিতাত ইতিমধ্যে যোগদান নিশ্চিত কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments