Thursday, July 7, 2022
HomeNewsআজাৰাত আছাম ৱাৰিয়ৰ্ছ স্প'ৰ্টছ একাডেমীৰ উদ্যোগত ফুটবল টুৰ্ণামেণ্ট

আজাৰাত আছাম ৱাৰিয়ৰ্ছ স্প’ৰ্টছ একাডেমীৰ উদ্যোগত ফুটবল টুৰ্ণামেণ্ট

অলিম্পিয়া প্ৰতিবেদন

আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আজাৰাৰ হিৰাপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে ১৪ বছৰ অনুর্ধ ল’ৰাৰ ফুটবল টুৰ্ণামেণ্ট। মুঠ দহটা দলে অংশগ্ৰহণ কৰিব লগা ছেভেন এ ছাইড ফুটবল টুৰ্ণামেণ্টখন উদ্বোধন কৰে কৰ্ণেল ৰমেন্দ্র কুমাৰ চৌধুৰীয়ে।

অঞ্চলটোৰ বহুকেইখন ক্ৰীড়া একাডেমীৰ যথেষ্টসংখ্যক খেলুৱৈৰ লগতে স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থকা এই ফুটবল টুৰ্ণামেণ্টখনে অঞ্চলটোলৈ কঢ়িয়াই আনিছে ক্ৰীড়া উন্মাদনা। আজি টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ পূৰ্বে আৰ্জেন্টিনাৰ কিংবদন্তী ফুটবলাৰ ডিয়েগ’ মাৰাড’নাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই খেলুৱৈসকলৰ লগতে উপস্থিত দৰ্শকে এক মিনিট সময় মৌন প্রাৰ্থনা কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments