Monday, October 3, 2022
HomeNewsতিনিআলি যুৱ সমাজৰ উদ্যোগত প্ৰয়াত কৰুণা কান্ত দাস আৰু মৰহুম আবেদ আলী...

তিনিআলি যুৱ সমাজৰ উদ্যোগত প্ৰয়াত কৰুণা কান্ত দাস আৰু মৰহুম আবেদ আলী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূঢ়ান্ত খেল।

অলিম্পিয়া প্ৰতিবেদন

দক্ষিন কামৰূপৰ মনিয়েৰী তিনিআলি খেলপথাৰত অনুষ্ঠিত হোৱা চুঢ়ান্ত খেলখনত মাজজাখেলি বাৰ্মুদা ক্লাৱ দধনৈ আৰু হেপী ক্লাব জিয়াকূৰ ৰ মাজত । উক্ত খেলখনত বাৰ্মুদা ক্লাৱে ২-০ গলত হেপী ক্লাবক পৰাস্ত কৰি চুঢ়ান্ত বিজয়ী হয় । খেলখনৰ প্ৰথমাৰ্দ্ধত বাৰ্মুদা ক্লাবৰ জাৰ্ছী নং ১১ চৱিন ৰাভা ই ৫ মিনিটত প্ৰথম গল দিয়ে , ঠিক দুই মিনিটত হেপী ক্লাৱে এটা পেনাল্টী পায় যদিও বাৰ্মূদা ৰ গলকীপাৰ জিতু বড়োৰ ৰক্ষাত গলৰ পৰা ৰক্ষা পৰে । হেপী ক্লাৱে গল কৰাৰ বাবে চেষ্টা কৰে যদিও নোৱাৰিলে । শেষত বলো ৰাভা গলেৰে ২ -০ গলত বিজয়ী হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments