Friday, September 30, 2022
HomeNewsপ্ৰাক্তন ক্ৰিকেটাৰ আৰু আম্পায়াৰ আব্দুল ৱাহিদৰ বিয়োগ

প্ৰাক্তন ক্ৰিকেটাৰ আৰু আম্পায়াৰ আব্দুল ৱাহিদৰ বিয়োগ

অলিম্পিয়াৰ প্ৰতিবেদন

প্ৰাক্তন ক্ৰিকেটাৰ তথা আম্পায়াৰ আব্দুল ৱাহিদে দেওবাৰে আবেলি ইহ সংসাৰ ত্যাগ কৰিছে। কৰিমগঞ্জৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী দ্বিতীয় শ্ৰেণীৰ আম্পায়াৰ হোৱাৰ উপৰিও ১৯৭২ চনত অসম ক্ৰিকেট সন্থাৰ কৰিমগঞ্জৰ পৰা স্বীকৃতি পোৱা প্ৰথমগৰাকী আম্পায়াৰ ৰূপেও পৰিগণিত হৈছিল।

প্ৰয়াত আব্দুল ৱাহিদে ১৯৭৫ চনৰ পৰা ৭৬ চনলৈ কৰিমগঞ্জ ক্ৰিকেটৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ১৯৮৬ ৰ পৰা ১৯৯৩ চনলৈ সুদীৰ্ঘ সময়ৰ বাবে কৰিমগঞ্জ ক্ৰিকেট ষ্টেডিয়ামৰ লগতে খেলপথাৰৰো সম্পাদক ৰূপে দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও তেওঁ কৰিমগঞ্জ পৌৰ সভাৰ সভাপতি ৰূপেও দায়িত্ব পালন কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments