Monday, October 3, 2022
HomeNewsবিশ্বকাপ বিজয়ী ফুটবলাৰ কৰ'নাত আক্ৰান্ত হৈ মৃত্যু

বিশ্বকাপ বিজয়ী ফুটবলাৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

olympiasports.in

কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ইংলেণ্ডৰ ফুটবলাৰ নৰমান হাণ্টাৰ। লীডছ ইউনাইটেড আৰু ইংলেণ্ড দলৰ পূৰ্বৰ ডিফেণ্ডাৰ নৰমান হাণ্টাৰ বিগত সপ্তাহটোত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল। এটা সপ্তাহৰচিকিৎসাৰ অন্তত চিকিৎসালয়তে হাণ্টাৰৰ মৃত্যু হয়। মৃত্যুৰ সময়ত হাণ্টাৰৰ বয়স আছিল ৭৬ বছৰ।

বিশ্বকাপ বিজয়ী ইংলেণ্ড দলৰ এগৰাকী সদস্য নৰমান হাণ্টাৰে সুদীৰ্ঘ সময় ক্লাব ফুটবলৰ লগতো জড়িত আছিল। ফুটবলাৰ গৰাকীয়ে তেওঁৰ ১৫ বছৰীয়া লীডছ ক্লাবৰ কেৰিয়াৰত ৭২৬ মেচত অংশগ্ৰহণ কৰিছিল। এই সুদীৰ্ঘ সময়চোৱাত লীডছ ক্লাবে এফ এ কাপ আৰু লীগ কাপৰ উপৰিও দুবাৰ প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments