Friday, September 30, 2022
HomeNewsকৰ'নাত আক্ৰান্ত হৈ মৃত্যু হ'ল পাকিস্তানৰ ক্ৰিকেটাৰৰ

কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হ’ল পাকিস্তানৰ ক্ৰিকেটাৰৰ

olympiasports.in

পাকিস্তানত কৰ’না ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰিছে। মাত্ৰ দুটা দিনতে কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় তিনিশৰো অধিক পাকিস্তানী। ইয়াৰ মাজতে পাকিস্তানত এগৰাকী ক্ৰিকেটাৰো কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে।

খবৰ অনুসৰি পাকিস্তানৰ প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ জাফৰ ছাৰফৰাজ কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। ৫০ বছৰীয়া ছৰফৰাজে পাকিস্তানৰ জাতীয় দলৰ হৈ কেইবাখনো মেচ খেলিছিল।

যোৱা ৭ এপ্ৰিলত ছাৰফৰাজৰ শৰীৰত পাকিস্তানৰ চিকিৎসকে কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পেলাইছিল। অৱস্থা গুৰুতৰ হোৱাত ক্ৰিকেটাৰগৰাকীক তিনিদিন ধৰি চিকিৎসালয়ৰ ভেণ্টিলেটৰতো ৰখা হৈছিল‌।

উল্লেখ্য যে ছৰফৰাজ পাকিস্তানৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা প্ৰথমজন ক্ৰিকেটাৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments