Tuesday, October 4, 2022
HomeNewsদ খাৱৈত পৰি মৃত্যু হ'ল মহেন্দ্ৰ সিং ধোনি আৰু শিখৰ ধাৱানৰ সতীৰ্থ...

দ খাৱৈত পৰি মৃত্যু হ’ল মহেন্দ্ৰ সিং ধোনি আৰু শিখৰ ধাৱানৰ সতীৰ্থ ক্ৰিকেটাৰৰ

অলিম্পিয়া প্ৰতিবেদন

কেওফালে মহামাৰী কৰ’নাৰ প্ৰকোপৰ মাজতে এটা বেয়া খবৰে শোকস্তদ্ধ কৰি তুলিছে ক্ৰিকেটপ্ৰেমীক। মহাৰাষ্ট্ৰৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ এগৰাকীৰ দুৰ্ভাগ্যজনক মৃত্যুয়ে ব্যথিত কৰিছে বহুজনক।

ঘটনাৰ বিৱৰণী অনুসৰি প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ শেখৰ গৱালীয়ে তেওঁৰ কেইগৰাকীমান সতীৰ্থৰ সৈতে এটা পাহাৰৰ টিলালৈ ফুৰিবলৈ গৈছিল। কিন্তু দুৰ্ভাগ্যবশত ২৫০ মিটাৰ গভীৰ এটা দ খাৱৈত পৰি মৃত্যুক সাৱটি লবলগীয়া হয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ হৈ দুখন ৰঞ্জী মেচত ভাগ লোৱা শেখৰ মহাৰাষ্ট্ৰৰ অনুর্ধ ২৩ দলৰ ফিটনেছ ট্ৰেইনাৰ আছিল। ইয়াৰ পূৰ্বে তেওঁ মহাৰাষ্ট্ৰ দলৰ সহায়ক প্ৰশিক্ষক হিচাবেও দায়িত্ব পালন কৰিছিল। ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনি, শিখৰ ধাৱান আদিৰ সৈতে সু সম্পৰ্ক থকা ক্ৰিকেটাৰজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ ক্ৰিকেট মহলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments