Tuesday, October 4, 2022
HomeNewsগ'ল্ডেন গাৰ্ল চেম্পিয়নশ্বিপত ছটা স্বৰ্ণ জয় ভাৰতৰ

গ’ল্ডেন গাৰ্ল চেম্পিয়নশ্বিপত ছটা স্বৰ্ণ জয় ভাৰতৰ

গল্ডেন গাৰ্ল ছেম্পিয়নশ্বিপত ভাৰতীয় দলে ছটা স্বৰ্ণ পদক সহ মুঠ ১৪ টা পদক লাব কৰিবলৈ সক্ষম হৈছে। ছউইডেনৰ ব’ৰছাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱ সামগ্ৰীক চেম্পিয়নশ্বিপৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ খিটাপো কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত ভাৰতীয় জুনিয়ৰ মহিলা দলে পাঁচটা স্বৰ্ণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ লগতে যুৱ দলে এটা স্বৰ্ণ আৰু ৪ টা ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰতিযোগিতাখনত ভাৰতৰ পাৰ্চি ধনকৰে ৫০ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই শ্ৰেষ্ঠ বক্সাৰৰ খিতাপ অৰ্জন কৰিছে।

স্বৰ্ণ পদক বিজয়ী- জুনিয়ৰত পাৰ্চি ধনকৰ (৫০ কেজি), এথইবি চানু ৱাংজাম (৫৪ কেজি), লাছু যাদৱ (৬৮ কেজি), মাহি ৰাঘৱ (৮০ কেজি) মুছকান (৫৪ কেজি),

ৰূপৰ পদক বিজয়ী- জানহবি চুৰি (৪৬ কেজি), ৰুডি লালমিংমুৱানি (৬৬ কেজি), তানিস্কা পাটিল (৮০ কেজি)

ব্ৰঞ্জৰ পদক বিজয়ী- দিয়া নেগি (৬০ কেজি), ছান্যা নেগি (৫৭ কেজি), দীপিকা (৬৪ কেজি), মুছকান (৬৯ কেজি)সাক্ষী জাহদেলাই (৭৫ কেজি)

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments