Monday, October 3, 2022
HomeNewsজি এছ এ আন্ত:ক্লাব বাস্কেটবল ১৯ মাৰ্চৰ পৰা

জি এছ এ আন্ত:ক্লাব বাস্কেটবল ১৯ মাৰ্চৰ পৰা

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটী ক্ৰীড়া সন্হা চমুকৈ জি এছ এ-ই অহা ১৯- ২১মাৰ্চত অয়োজন কৰিছে কানহাইয়ালাল সোৱৰণি আন্ত:ক্লাব বাস্কেটবল প্ৰতিযোগিতা | ইচ্ছুক ক্লাববোৰক অহা ১৫ মাৰ্চৰ ভিতৰত যোগদান মাচুল জমা দি অংশগ্ৰহণ নিশ্চিত কৰিবলৈ কোৱা হৈছে | ক্লাবৰ প্ৰতিনিধিয়ে জি এছএৰ কোষাধ্যক্ষক সন্ধিয়া ৪ ৰ পৰা ৭ বজাৰ ভিতৰত লগ পাব পাৰিব | জি এছ এৰ স্বীকৃতিপ্ৰাপ্ত ক্লাববোৰৰ বাবে ৫০০ টকা আৰু স্বীকৃতিবিহীন ক্লাববোৰৰ বাবে ১০০০ টকা যোগদান মাচুল ধাৰ্য কৰা হৈছে | খেলুৱৈৰ পঞ্জীয়ন ১৬- ১৭ মাৰ্চত সন্ধিয়া ৪ ৰ পৰা ৭ বজাৰ ভিতৰত হ’ব | জি এছ এৰ অধীনৰ ইচ্ছুক বাস্কেটবল খেলুৱৈয়ে কাৰ্যালয়ৰ পৰা পঞ্জীয়ন প-পত্র সংগ্ৰহ কৰি প্ৰতিখনৰ বাবে ৫০ টকাকৈ জমা দিবলৈ অনুৰোধ জনোৱা হৈছে | বিতং জনাৰ বাবে জি এছ এৰ বাস্কেটবল সম্পাদক কামিনী শৰ্মাৰ সৈতে ৯৮৫৯২-৬৭৪৩০ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments